ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বন্ধা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বন্ধা   ক্ৰিয়া

ଅର୍ଥ : বান্ধোন দৃঢ় বা টান কৰিবৰ কাৰণে ৰছি আদি টনা:ৰবিয়ে ধানৰ বোজাটো আটি বান্ধিলে

ଉଦାହରଣ :

ସମକକ୍ଷ : টান কৰা

ଅର୍ଥ : চূর্ণ আদিক পিণ্ডৰ ৰূপলৈ অনা

ଉଦାହରଣ : নবৌৱে বেচনৰ লাৰু বান্ধি আছে

ସମକକ୍ଷ : লাৰু বনোৱা

ଅର୍ଥ : যিকোনো বস্তুক একগোট কৰি বন্ধা

ଉଦାହରଣ : বিদেশ যাবৰ কাৰণে ৰামে নিজৰ সামগ্রী বান্ধিলে

ସମକକ୍ଷ : পেক কৰা

ଅର୍ଥ : ৰচী, কাপোৰ আদিৰে মেৰিয়াই গাঁঠি দিয়া

ଉଦାହରଣ : তেওঁ খৰিবোৰ বান্ধি আছে

ସମକକ୍ଷ : গ্রন্থন কৰা, জৰী পকা

বন্ধা   বিশেষণ

ଅର୍ଥ : যাক নিজৰ ইচ্ছানুসৰি বলপূর্বক্্ভাৱে কাম কৰোৱা হয়

ଉଦାହରଣ : ঠিকাদাৰে বন্ধা শ্রমিকসকলক বৰ কষ্ট দিয়ে