ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ৰচী, কাপোৰ আদিত বিশেষধৰণে দিয়া পাক বা গ্রথিত ৰূপ
ଉଦାହରଣ : তেওঁ ্ কাপোৰৰ গাঁথিটো খুলিব নোৱাৰিলে
ସମକକ୍ଷ : গাঁথি, গ্রন্থি, ডোৰ, বান্ধ, বান্ধোন
ଅର୍ଥ : কোনো বিশেষ কাম কৰাৰ বাধ্য-বাধকতা
ଉଦାହରଣ : ৰোগীৰ খোৱা-বোৱাত বান্ধোন লগাওক
ସମକକ୍ଷ : বান্ধোন
ଅର୍ଥ : বন্ধা কার্য ্বা ভাব
ଉଦାହରଣ : চোৰটোৱে হাজাৰ চেষ্টা কৰিও বান্ধোনটো খুলিব নোৱাৰিলে
ସଂସ୍ଥାପନ କରନ୍ତୁ