ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বন্ধ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বন্ধ কৰা   ক্ৰিয়া

ଅର୍ଥ : প্রথা বন্ধ কৰা কার্য

ଉଦାହରଣ : আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে

ସମକକ୍ଷ : উঠাই দিয়া, নিষিদ্ধ কৰা

ଅର୍ଥ : দুৱাৰ, মুখ আদিত কিবা ৰাখি তাৰ বন্ধ কৰা

ଉଦାହରଣ : তেওঁ নিগনিৰ ্গাঁত বন্ধ কৰিছে

ଅର୍ଥ : কোনো বস্তু ভিতৰৰ পৰা বাহিৰলৈ বা বাহিৰৰ পৰা ভিতৰলৈ যাব নোৱাৰাকৈ কৰা এক অৱস্থা বা স্থিতি

ଉଦାହରଣ : ছাত্রাবাসৰ প্রধান দুৱাৰ আঠ বজাত বন্ধ কৰা হয়

ସମକକ୍ଷ : জপোৱা

ଅର୍ଥ : দুৱাৰ আদি বন্ধ কৰা কার্য

ଉଦାହରଣ : তেওঁ ভিতৰলৈ গৈ দুৱাৰখন জপাই দিলে

ସମକକ୍ଷ : জপাই দিয়া

ଅର୍ଥ : বাধা প্রদান কৰা

ଉଦାହରଣ : ডকাইতবোৰে পথ অৱৰোধ কৰিলে

ସମକକ୍ଷ : অৱৰোধ কৰা

ଅର୍ଥ : চলি আহি থকা কথা বা পৰম্পৰা আদি বন্ধ কৰা

ଉଦାହରଣ : ৰাজা ৰামমোহন ৰায়ে সতীদাহ প্রথা বন্ধ কৰিছিল

ସମକକ୍ଷ : ৰুধা

ଅର୍ଥ : ভাট্টা আদি নিদিয়া

ଉଦାହରଣ : চৰকাৰে ভ্রমণ ভাট্টা বন্ধ কৰিলে