ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বন্দী ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বন্দী   বিশেষ্য

ଅର୍ଥ : অপৰাধী, শত্রু আদি ধৰা কার্য

ଉଦାହରଣ : পুলিচে স্পর্শ্্কাতৰ এলেকাৰ অপৰাধীবোৰক বন্দী কৰিবলৈ আৰম্ভ কৰিছে

ସମକକ୍ଷ : কয়দ

ଅର୍ଥ : যিজন ব্যক্তিক বলপূর্বক্্ভাৱে কোনোৱে ৰাখি থৈছে

ଉଦାହରଣ : পুলিচে দুজন বন্দীলোকক উগ্রপন্থীৰ হাতৰ পৰা মুক্ত কৰিলে

ଅର୍ଥ : কোনো ঠাই আদিত বন্দী কৰি ৰখা কার্য

ଉଦାହରଣ : পণ্ডিত জৱাহৰলাল নেহৰুৱে কাৰাবাস খাতি থাকোতেও একেৰাহে লিখা-মেলা কৰি আছিল

ସମକକ୍ଷ : কাৰাবাস, কয়েদ

ଅର୍ଥ : যাক জেলত ৰখা হৈছে বা জেলৰ শাস্তি বিহা হৈছে

ଉଦାହରଣ : এজন কয়দী জেলৰ পৰা পলাল

ସମକକ୍ଷ : কাৰাবাসী, কয়দী