ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বদমাচ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বদমাচ   বিশেষ্য

ଅର୍ଥ : কোনো কাৰণ নোহোৱাকৈ কাজিয়া কৰা বা মাৰপিট কৰালোক

ଉଦାହରଣ : দাৰোগাই আজি চাৰিআলিত এটা গুণ্ডাক ধৰি খুউব পিটিলে

ସମକକ୍ଷ : গুণ্ডা, দাদা, বজ্জাত, বদমাছ

বদমাচ   বিশেষণ

ଅର୍ଥ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট

ଉଦାହରଣ :

ସମକକ୍ଷ : কামুক, খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, ব্যভিচাৰী, লম্পট, লুচ্ছা

ଅର୍ଥ : যিজনে বৰ উৎপাত কৰে

ଉଦାହରଣ : দুষ্ট লʼৰা-ছোৱালীবোৰে মানুহক বৰ আমনি কৰে

ସମକକ୍ଷ : উৎপতীয়া, খটাসুৰ, দুষ্ট

ଅର୍ଥ : যি উপদ্রৱ কৰে

ଉଦାହରଣ : তেওঁ এজন ্উৎপতীয়া ব্যক্তি

ସମକକ୍ଷ : উপদ্রৱ কর্তা, উপদ্রৱকাৰী, উপদ্রৱী, উৎপতীয়া