ଅର୍ଥ : স্বর্গৰ অধিপতি বুলি গণ্য কৰা এজন দেৱতা
ଉଦାହରଣ :
বেদত ইন্দ্রৰ আৰাধনাৰ উল্লেখ আছে
ସମକକ୍ଷ : অমৰনাথ, অমৰপতি, ইন্দ্র, ইন্দ্রদেৱ, গোত্রভিৎ, ঘনবাহন, জীমুতবাহন, দেৱপতি, দেৱেন্দ্র, দেৱৰাজ, পাকশাসন, পুৰন্দৰ, বাসৱ, বৃত্রাৰি, মহেন্দ্র, মেঘবাহন, শচীন্দ্র, শচীপতি, সহস্রনয়ন, সহস্রলোচন, সহস্রাক্ষ, সুৰপতি, সুৰেন্দ্র, সুৰেশ, সুৰেশ্বৰ