ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ বচা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

বচা   বিশেষ্য

ଅର୍ଥ : বাচনি কৰা কার্য

ଉଦାହରଣ : তেওঁ পুথি্ভঁ্ৰালৰ পৰা ভাল কিতাপ বাচি আছে

বচা   ক্ৰিয়া

ଅର୍ଥ : কামত অহাৰ পিছতো কিছু অৱশিষ্ট ৰৈ যোৱা

ଉଦାହରଣ : সকলো প্রয়োজনীয় বস্তু কিনাৰ পিছতো মোৰ হাতত তিনিশ টকা বাচিল

ସମକକ୍ଷ : ৰোৱা

ଅର୍ଥ : বহুত বস্তৰ মাজৰ পৰা কিছুমান মনপচন্দৰ বস্তু বেলেগ কৰা

ଉଦାହରଣ : কাপোৰৰ দোকানৰ পৰা নিজৰ বাবে মই দহখন শাৰী পচন্দ কৰিলো

ସମକକ୍ଷ : পচন্দ কৰা

ଅର୍ଥ : শস্যত থকা কুটা বা ভুচি আদি পৃথক কৰা কার্য

ଉଦାହରଣ : মায়ে চাউল বাচি আছে