ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজন ব্যক্তিৰ বৰণ বগা
ଉଦାହରଣ : সেই বগাসকলৰ মাজত বহি থকা কʼলাজন বেলেগকৈ চিনি পাব পাৰি
ଅର୍ଥ : যিটো ৰং উজ্জ্বল বা কʼলা ৰঙৰ বিপৰীত ..???
ଉଦାହରଣ : হালধীয়া ৰঙৰ খাদ্যখিনিত বগা ৰং দিয়া
ସମକକ୍ଷ : শুকুলা, শুক্ল, শ্বেত
ଅର୍ଥ : এবিধ বিশেষ ধৰণৰ শিল পুৰি তৈয়াৰ কৰা বগা ক্ষাৰ-বস্তু, যিটো শামুকৰ খোলা পুৰিলেও পোৱা যায়
ଉଦାହରଣ : বেৰ আদিত ৰং দিবৰ কাৰণে চূণ ব্যৱহাৰ কৰা হয়
ସମକକ୍ଷ : চূণ, চূণ-শিল
ଅର୍ଥ : যিটো উজ্জ্বল বা প্ৰাণৱন্ত নহয়
ଉଦାହରଣ : বিধৱাসকলক বগা ৰঙৰ কাপোৰ পিন্ধোৱা হয়
ସମକକ୍ଷ : চাদা
ଅର୍ଥ : চফা ৰঙৰ বা শ্বেত বর্ণৰ
ଉଦାହରଣ : বেছিভাগ লোকেই বগা বোৱাৰী পছন্দ কৰে
ସମକକ୍ଷ : শ্বেত, শ্বেতাংগ
ସଂସ୍ଥାପନ କରନ୍ତୁ