ଅର୍ଥ : যি ন্যায়ালয়ত অপৰাধীৰ বিচাৰৰ ৰায় দিয়া হয়
ଉଦାହରଣ :
এই মোকর্দম্াটো ফৌজদাৰী আদালতত চলি আছে
ସମକକ୍ଷ : ফৌজদাৰী আদালত, ফৌজদাৰী ন্যায়ালয়, ফৌজদাৰী ্ কʼর্ট
ଅର୍ଥ : ফৌজদাৰী আদালতৰ সৈতে সম্পর্কিত বা ফৌজদাৰী আদালতৰ
ଉଦାହରଣ :
অপৰাধীৰ বিৰুদ্ধে কেইবাটাও ফৌজদাৰী মোকর্দ্্মা ৰুজু কৰা হৈছে