ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ফুলোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ফুলোৱা   ক্ৰিয়া

ଅର୍ଥ : কোনো উদ্ভিদ ফুলেৰে সুশোভিত কৰি তোলা কার্য

ଉଦାହରଣ : বসন্ত কালে কিছুমান ফুল ফুলাই তোলে

ସମକକ୍ଷ : ফুলাই তোলা

ଅର୍ଥ : ফুলা বা বিকশিত হোৱাত প্ৰবৃত্ত কৰা

ଉଦାହରଣ : কৃত্ৰিম পদ্ধতিৰে এই কলপুলিখিনি ফুলোৱা হৈছে

ସମକକ୍ଷ : পৰিস্ফূট কৰা

ଅର୍ଥ : কোনো বস্তুৰ ভিতৰত বায়ু, তৰল পদার্থ আদিৰে হেচা প্রয়োগ কৰি বিস্তাৰিত কৰা

ଉଦାହରଣ : লʼৰাটোৱে বেলুন ফুলায় আছে