ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ফুলা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ফুলা   ক্ৰিয়া

ଅର୍ଥ : কলি ফুললৈ সলনি হোৱা ৰূপ

ଉଦାହରଣ : সূর্যৰ ্ পোহৰ পোৱাৰ লগে লগে অনেক কলি ফুলিল

ସମକକ୍ଷ : কলি পেলা, কলিয়া, পুষ্পান্বিত হোৱা, ফুল ধৰা, মঞ্জৰিত হোৱা, মলিয়া

ଅର୍ଥ : আঘাত, ৰোগ আদিৰ বাবে শৰীৰৰ কোনো অংগ (বিষৰ সৈতে) ফুলি উঠা

ଉଦାହରଣ : আঘাত পোৱাৰ ফলত তেওঁৰ আঠুটো ফুলি গʼল

ଅର୍ଥ : কোনো বস্তুৰ ভিতৰ ভাগত বতাহ, তৰল পদার্থ আদি ভৰি যোৱাৰ বাবে বেছি প্রসাৰিত হোৱা বা বাঢ়ি যোৱা

ଉଦାହରଣ : এই বেলুনটো বহুত ফুলেপানীত তিয়াই থোৱা ৰুট ফুলি গʼল

ଅର୍ଥ : ফুলেৰে যুক্ত হোৱা ফুল ধৰা

ଉଦାହରଣ : খেতি পথাৰত সৰিয়হ ফুলিছে

ସମକକ୍ଷ : পুষ্পিত হোৱা