ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ফিল্টাৰ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ফিল্টাৰ কৰা   ক্ৰিয়া

ଅର୍ଥ : জুলীয়া পদার্থক ্ কোনো মিহি কাপোৰ, চাকনি আদিৰে সৰকাই দিয়া কার্য, ্ যাতে লেতেৰা, জাবৰ আদি তাত ৰৈ যায়

ଉଦାହରଣ : মায়ে চাকনিৰে চাহ চাকিছে

ସମକକ୍ଷ : চাকা, চালা

ଅର୍ଥ : পানী বা অন্য কোনো তৰল পদার্থত মিহলি হৈ থকা ময়লা তললৈ বহি যোৱা এক অৱস্থা

ଉଦାହରଣ : খোৱা পানীত ফিটকিৰী দি পানী নিষ্কাশন কৰা হয়

ସମକକ୍ଷ : নিষ্কাশন কৰা, পৰিষ্কাৰ কৰা, শোধন কৰা