ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ফিটা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ফিটা   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু মেৰিয়াই বান্ধিবৰ কাৰণে বিশেষ ধৰণৰ কাপোৰ বা প্লাষ্টিক আদিৰে তৈয়াৰ কৰা দীঘল ৰছী

ଉଦାହରଣ : ফ্রক চোলাটোত লগোৱা ৰঙীণ আৰু চিকমিকীয়া ফিটাডাল ধুনীয়া লাগিছে

ସମକକ୍ଷ : ৰিবন

ଅର୍ଥ : দূৰত্ব জোখা এক মাপক

ଉଦାହରଣ : তেওঁ ফিটাৰে পথটো জুখি আছে

ସମକକ୍ଷ : টেপ

ଅର୍ଥ : যাৰ জৰিয়তে কোনো বস্তু বন্ধা হয়

ଉଦାହରଣ : তেওঁ এতিয়ালৈকে জোতাৰ ফিটা বান্ধিব নাজানে