ଅର୍ଥ : কোনো ওজনৰ বস্তু এনেদৰে ফাট মেলা যে ভিতৰৰ বস্তু বাহিৰত ওলাই পৰে বা দেখা যায়
ଉଦାହରଣ :
তেওঁৰ ্ জোলোঙা ফাটিল আৰু সকলো বস্তু বাটত চিটিকি পৰিল
ସମକକ୍ଷ : ফটা
ଅର୍ଥ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
ଉଦାହରଣ :
শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
ସମକକ୍ଷ : আঁতৰি যোৱা, আঁ্তৰা, ফটা
ଅର୍ଥ : গাখীৰৰ সাৰ আৰু পানী অংশ পৃথক হৈ পৰা এক প্রাকৃতিক প্রক্রিয়াৰ কার্য
ଉଦାହରଣ :
গৰমৰ দিনত সাধাৰণতেই গাখীৰ ফাটে
ସମକକ୍ଷ : ফটা
ଅର୍ଥ : শুকাই যোৱা বা কোঁচখাই যোৱাৰ কাৰণে ফটা এক অৱস্থা
ଉଦାହରଣ :
জাৰকালি শৰীৰত তেল নলগালে ছাল ফাটি যায়
ସମକକ୍ଷ : চিৰাচিৰ হোৱা
ଅର୍ଥ : শুকাই যোৱাৰ কাৰণে ফাটি যোৱা এক অৱস্থা
ଉଦାହରଣ :
খৰাং বতৰৰ কাৰণে মাটি ফাটি গʼল
ସମକକ୍ଷ : চিৰাল ফটা দিয়া