ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ ফল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

ফল   বিশেষ্য

ଅର୍ଥ : বনস্পতিত থকা মঙহ বা বীজেৰে ভৰপূৰ বীজকোষ, যি কোনো বিশিষ্ট ঋতুত ফুল হোৱাৰ পিছত উৎপন্ন হয়

ଉଦାହରଣ : তেওঁ ফলৰ ্ দোকানৰ পৰা এক কিলো আম কিনিলে

ସମକକ୍ଷ : ফলমূল

ଅର୍ଥ : কোনো কামৰ অন্তত তাৰ ফলস্বৰূপে হʼবলগীয়া কার্য ্ বা ঘটনা

ଉଦାହରଣ : তেওঁৰ ্ কামৰ পৰিণাম বৰ বেয়া হʼল

ସମକକ୍ଷ : প্রতিফল, পৰিণতি, পৰিণাম, ফলশ্রুতি, ফলাফল, সুফল

ফল   বিশেষণ

ଅର୍ଥ : কিহবাৰ অন্তত তাৰ পৰিণাম স্বৰূপে হোৱা

ଉଦାହରଣ : ধুমপানৰ প্ৰতিফল হৈছে কেন্সাৰ বেমাৰ

ସମକକ୍ଷ : প্ৰতিফল