ଅର୍ଥ : ছপা কৰা যি কাগজত কিবা লিখাৰ বাবে কিছু অংশ খালি হৈ থাকে
ଉଦାହରଣ :
মই নাম ভর্তিৰ প্রপত্র ভর্তি কৰি আছো
ସମକକ୍ଷ : প্রপত্র
ଅର୍ଥ : ভাল কৰিব পৰা যোগ্যতা
ଉଦାହରଣ :
বর্ত্্মান ভাৰতৰ কোনো খেলুৱৈ ফর্মত ্নাই
ଅର୍ଥ : (জীৱবিজ্ঞান) কোনো জাতিত জীৱবোৰৰ এক বর্গ যি সমান বর্গবোৰৰ পৰা সাধাৰণ ৰূপত অলপ বেলেগ হয়
ଉଦାହରଣ :
সূক্ষ্মজীৱবোৰৰ এটা নতুন প্রকাৰৰ খবৰ পোৱা গৈছে
ସମକକ୍ଷ : প্রকাৰ