ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কাৰোবাৰ চক্রান্তত পৰা কার্য
ଉଦାହରଣ : ভণ্ড পণ্ডিতৰ পাল্লাত পৰি সোহনে নিজৰ হাজাৰ টকা পানীত পেলালে
ସମକକ୍ଷ : পাল্লা, ফান্দ
ଅର୍ଥ : সফলতা লাভ কৰিবৰ কাৰণে চতুৰতাৰে লগোৱা যুক্তি
ଉଦାହରଣ : তেওঁ ্কৌশল কৰি অধ্যক্ষৰ পদটো হস্তগত কৰিলে
ସମକକ୍ଷ : অভিপ্রায়, কূট, কূটকৌশল, কৌশল, চাল, ফন্দ, মতলব
ସଂସ୍ଥାପନ କରନ୍ତୁ