ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ধাতু, কাঠ, কাপোৰ, কাগজ, আদি কাটিলে ওলোৱা পাতল টুকুৰা বিশেষ
ଉଦାହରଣ : দর্জীয়ে ফটাকানিবোৰ একগোট কৰি আছে
ଅର୍ଥ : কোনো বস্তুৰ পৰা ওলোৱা জাবৰ বা লেতেৰা পদার্থ আদি চফা কৰা কাপোৰ বিশেষ
ଉଦାହରଣ : তেওঁ মেজখন ্চফা কৰিবৰ কাৰণে ফটাকানি বিচাৰি আছে
ସମକକ୍ଷ : লেচাকানি
ସଂସ୍ଥାପନ କରନ୍ତୁ