ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰীক্ষা কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰীক্ষা কৰা   ক্ৰিয়া

ଅର୍ଥ : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা

ଉଦାହରଣ : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে

ସମକକ୍ଷ : প্রমাণ কৰা, পৰীক্ষণ কৰা

ଅର୍ଥ : শৰীৰত কোনো ৰোগ আছে নে নাই অথবা যদি আছে তাৰ কাৰণ জানিবৰ কাৰণে চিকিৎসকে চোৱা কার্য

ଉଦାହରଣ : চিকিৎসকে শুই থকা ৰোগীজনক পৰীক্ষা কৰিছে

ଅର୍ଥ : পৰীক্ষণৰ কাম কৰা কার্য

ଉଦାହରଣ : পোন্ধৰখন বহীৰ পৰীক্ষা কৰা হʼল

ସମକକ୍ଷ : নিৰীক্ষণ কৰা

ଅର୍ଥ : বিশেষভাৱে কোনো ৰোগ আদিৰ কাৰণ জানিবৰ কাৰণে কোনো শাৰীৰিক পদার্থক কোনো যন্ত্র, ৰাসায়নিক প্রক্রিয়া আদিৰ সহায়ত চোৱা-চিতা কৰা কার্য

ଉଦାହରଣ : চিকিৎসকে গৱেষণাগাৰত তেজৰ পৰীক্ষা কৰিছে

ଅର୍ଥ : কোনো কামৰ বাবে ব্যক্তি বা বস্তু আদি যোগ্য হয় নে নহয় বিচাৰ কৰি চোৱা:তেওঁ ্ মোৰ কামৰ বাবে উপযুক্ত হয় নে নহয় এই সৰু কামটোৰ দ্বাৰা মই পৰীক্ষা কৰিছো

ଉଦାହରଣ :

ସମକକ୍ଷ : পৰখ কৰা