ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰীক্ষণ কৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰীক্ষণ কৰা   ক্ৰিয়া

ଅର୍ଥ : যোগ্যতা, বিশেষত্ব, সামর্থ্য, গুণ আদি জানিবৰ কাৰণে পৰিশোধন সম্বন্ধীয় কাম কৰা বা কোনো বিশেষ কাম কৰা

ଉଦାହରଣ : সোণাৰীজনে সোণৰ শুদ্ধতা পৰীক্ষা কৰি আছে

ସମକକ୍ଷ : প্রমাণ কৰা, পৰীক্ষা কৰা

ଅର୍ଥ : কোনো ঘটনা বা বিষয়ৰ মূল কাৰণ নি্র্ণ্্য় কৰা

ଉଦାହରଣ : পুলিচে তথ্য সমূহৰ অনুসন্ধান কৰি আছে

ସମକକ୍ଷ : অনুসন্ধান কৰা, অন্বেষণ কৰা