ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : থালী বা পাতত আহাৰ দিয়া কার্য
ଉଦାହରଣ : মায়ে আমাৰ সকলোৰে কাৰণে আহাৰ পৰিৱেশন কৰিছে
ସମକକ୍ଷ : বঢ়া, বিলোৱা
ଅର୍ଥ : এজন এজন কৰি সকলোৰে সন্মুখত উপস্থিত কৰা
ଉଦାହରଣ : ৰামুৱে মজলিচত পাণ বিলাই আছিল
ସମକକ୍ଷ : বিলোৱা
ଅର୍ଥ : আহাৰ সন্মুখত ৰখা
ଉଦାହରଣ : তেওঁ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ আহাৰ পৰিৱেশন কৰিলে
ସମକକ୍ଷ : সজোৱা
ସଂସ୍ଥାପନ କରନ୍ତୁ