ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰিয়াল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰিয়াল   বিশেষ্য

ଅର୍ଥ : একেখন ঘৰৰে মানুহ

ଉଦାହରଣ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে

ସମକକ୍ଷ : আত্মীয়, ঘৰ, পৰিজন, পৰিবাৰ

ଅର୍ଥ : পিতৃ-মাতৃ আৰু সন্তানক লৈ গঠিত প্রার্থমিক সামাজিক একক

ଉଦାହରଣ : চাকৰি পোৱাৰ পিছতেই তেওঁ নিজৰ মাক-দেউতাকক পাহৰি কেৱল নিজৰ পৰিয়ালৰ ওপৰত ধ্যান দিবলৈ ধৰিলে কৃষকজনে নিজৰ পুতেকহঁতক নিজৰ নিজৰ পৰিয়ালৰ ভাৰ উঠাবলৈ কʼলে