ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা ্বেয়া কোৱা কার্য
ଉଦାହରଣ : নিজৰ বেছি কৰা স্বভাৱটোৰ কাৰণে তেওঁ সকলোৰে উপহাসৰ পাত্র হৈ পৰে
ସମକକ୍ଷ : ইতিকিং, উপহাস, উপহাস্যতা, ঠাট্টা, পেংলাই, ভেঙুচালি
ଅର୍ଥ : অকাৰণ বা বিনা কাৰণৰ হাস্য বা হাঁহি
ଉଦାହରଣ : কিছুমান লোকৰ উপহাস কৰাৰ স্বভাৱ থাকে
ସମକକ୍ଷ : উপহাস
ସଂସ୍ଥାପନ କରନ୍ତୁ