ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : সমাপ্ত হোৱাৰ ভাব বা কার্য
ଉଦାହରଣ : মহাত্মা গান্ধীৰ দেহাৱসানৰ লগে লগে এটা যুগৰ অন্ত পৰিল
ସମକକ୍ଷ : অন্ত, অৱধি, অৱসান, ইতি, উপসংহাৰ, ওৰ, খতম, নিঃশেষ, নিষ্পত্তি, নিষ্পাদন, পতন, যতি, যৱনিকা, শেষ, শেহ, শেহান্তৰ, সমাধা, সমাপন, সমাপ্তি, সম্পূর্ণ, সাং
ଅର୍ଥ : কোনো কামৰ সমাপ্ত হোৱা কার্য ্বা ভাব
ଉଦାହରଣ : কাম সমাপন হʼলেই মই আপোনাক লগ কৰিম
ସମକକ୍ଷ : কাম সমাপন, কাম সম্পূর্ণ, ্কাম শেষ
ଅର୍ଥ : কোনো বস্তু আদি সমাপ্ত হোৱা ভাব বা অৱস্থা
ଉଦାହରଣ : কলিযুগত অন্ত নিশ্চিত
ସମକକ୍ଷ : অন্ত, অৱসান, ইতি, ওৰ, যতি, শেষ, শেহ, সমাপ্তি, সাং
ସଂସ୍ଥାପନ କରନ୍ତୁ