ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰিমণ্ডল ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰিমণ্ডল   বিশেষ্য

ଅର୍ଥ : কোনো ঘটনা, কার্য, জীৱ আদিৰ চৌপাশৰ বা ওচৰ-পাজৰৰ বাস্তৱিক স্থিতি বা অৱস্থা

ଉଦାହରଣ : ইয়াৰ পৰিস্থিতি সাম্প্রদায়িক ্সংঘর্ষৰ ্কাৰণে দিনে-দিনে বেয়াৰ পিনে ঢাল খাইছে

ସମକକ୍ଷ : আবহাওৱা, প্রতিবেশ, পৰিস্থিতি, পৰিৱেশ, বাতাবৰণ, ্পর্য্যাবৰণ

ଅର୍ଥ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ

ଉଦାହରଣ : এই বৃত্তটোৰ পৰিধি হিচাপ কৰা

ସମକକ୍ଷ : পৰিধি, বৃত্ত পৰিধি, বৃত্ত সীমা