ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো ঠাই আদিৰ চাৰিওফালে ঘূৰা কার্য
ଉଦାହରଣ : পৃথিৱীয়ে সূর্য্যৰ চাৰিওফালে প্রদক্ষিণ কৰাৰ ফলতেই দিন-ৰাতি হয়
ସମକକ୍ଷ : প্রদক্ষিণ, পৰিক্রমণ, পৰিক্রমা, ভ্রমণ
ଅର୍ଥ : মন ভাল লগোৱা বা অনয্ কোনো কাৰণে পর্যটক স্থলী আদিত ঘূৰা-ফুৰা কার্য
ଉଦାହରଣ : এই পর্যটক দলটোৱে সম্পূর্ণ ্ভাৰতবর্ষৰ পর্যটন কৰি ঘূৰি আহিছে
ସମକକ୍ଷ : পর্যটন
ସଂସ୍ଥାପନ କରନ୍ତୁ