ଅର୍ଥ : কোনো সামগ্রীৰ উপযুক্ত স্থানত থোৱা ক্রম
ଉଦାହରଣ :
কোঠাটোৰ সকলোবোৰ বস্তু পৰিপাটি কৈ ৰাখি থোৱা আছিল
ସମକକ୍ଷ : আটোমটোকাৰি, চিজিল
ଅର୍ଥ : যিটোৰ ভালদৰে ব্যৱস্থা কৰা হৈছে
ଉଦାହରଣ :
তেওঁ খেলিমেলি হৈ থকা বস্তুবোৰ পৰিপাটি কৰিলে
ସମକକ୍ଷ : নিয়াৰি, সুবিন্যস্ত, সুশৃংখলিত