ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰিপক্ক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰিপক্ক   বিশেষণ

ଅର୍ଥ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা

ଉଦାହରଣ : তেওঁ ্ পকা আম খাই আছে

ସମକକ୍ଷ : পকা

ଅର୍ଥ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য

ଉଦାହରଣ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল

ସମକକ୍ଷ : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, বিচক্ষণ, সিদ্ধহস্ত

ଅର୍ଥ : পূর্ণ বিকশিত

ଉଦାହରଣ : পৰিপক্ক মস্তিষ্কহে বিবেকৱান হʼব পাৰে

ସମକକ୍ଷ : প্রৌঢ়

ଅର୍ଥ : অনুভৱ কৰিব পৰা বা যিয়ে কোনো কাম, বস্তু আদিৰ অনুভৱ কৰিব পাৰে

ଉଦାହରଣ : এই কামটোৰ কাৰণে এজন অনুভবী ব্যক্তিৰ প্রয়োজন

ସମକକ୍ଷ : অনুভবী