ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰিধি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰিধি   বিশেষ্য

ଅର୍ଥ : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে

ଉଦାହରଣ : পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে

ସମକକ୍ଷ : কক্ষ

ଅର୍ଥ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ

ଉଦାହରଣ : তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা

ସମକକ୍ଷ : মণ্ডল

ଅର୍ଥ : কোনো বস্তুক চাৰিওফালে আৱৰি ৰখা কোনো ৰেখা বা যতন

ଉଦାହରଣ : তেওঁ খেতিডৰাৰ চাৰিওফালে ঘেৰ দি থৈছে থৈছে

ସମକକ୍ଷ : আওতা, আবেষ্টনী, গণ্ডী, ঘেৰ, চাৰিসীমা, পৰিবেষ্টন, পৰিবেষ্টনী, পৰিসীমা, বেষ্টনি, বেৰণ, বেৰা, মেৰ

ଅର୍ଥ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ

ଉଦାହରଣ : এই বৃত্তটোৰ পৰিধি হিচাপ কৰা

ସମକକ୍ଷ : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা