ଅର୍ଥ : নিয়মিত বা প্রায় গোলাকাৰ এক ধৰণৰ পথ যʼত কোনো বস্তু চলাচল কৰে
ଉଦାହରଣ :
পৃথিৱীয়ে নিজৰ পৰিধিত ঘূৰে
ସମକକ୍ଷ : কক্ষ
ଅର୍ଥ : ঘেৰি থকা কোনো ক্ষেত্র বা গোলাকাৰ বিস্তাৰ
ଉଦାହରଣ :
তুমি এই পৰিধিৰ পৰা বাহিৰলৈ নাহিবা
ସମକକ୍ଷ : মণ্ডল
ଅର୍ଥ : বৃত্তক ঘেৰি ৰখা গোলাকাৰ ৰেখা বা তাৰ দৈর্ঘ্যৰ জোখ
ଉଦାହରଣ :
এই বৃত্তটোৰ পৰিধি হিচাপ কৰা
ସମକକ୍ଷ : পৰিমণ্ডল, বৃত্ত পৰিধি, বৃত্ত সীমা