ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰিত্যাগ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰিত্যাগ   বিশেষ্য

ଅର୍ଥ : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

ଉଦାହରଣ : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

ସମକକ୍ଷ : এৰা, ত্যাগ

ଅର୍ଥ : কোনো কাম বা ঘটনাৰ পৰা পূর্ণৰূপে আঁতৰি থাকিবৰ কাৰণে কৰা কোনো কার্য

ଉଦାହରଣ : তেওঁ সকলো কামতে পৰিত্যাগ কৰাৰ স্বভাৱ এটা আছে

ସମକକ୍ଷ : পৰি্বর্জন, পৰি্বর্জ্জন

ଅର୍ଥ : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

ଉଦାହରଣ : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

ସମକକ୍ଷ : উৎসর্গ, এৰা, ত্যাগ