ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : নিজ কুলৰ লোক
ଉଦାହରଣ : আত্মীয়ৰ কল্যাণৰ ভাবেৰে কাম কৰিলে সমাজৰ মংগল নহয়
ସମକକ୍ଷ : আত্মীয়, কুটুম, কুটুম্ব
ଅର୍ଥ : একেখন ঘৰৰে মানুহ
ଉଦାହରଣ : মোৰ পৰিয়ালৰ সকলোৱে একেলগে বহি খোৱা-বোৱা কৰে
ସମକକ୍ଷ : আত্মীয়, ঘৰ, পৰিবাৰ, পৰিয়াল
ଅର୍ଥ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
ଉଦାହରଣ : মনোহৰজী মোৰ আপোন খুৰা
ସମକକ୍ଷ : আত্মীয়, আপোন, স্বজন
ସଂସ୍ଥାପନ କରନ୍ତୁ