ଅର୍ଥ : কোনো কথাৰ প্রতি কাৰোবাৰ মনোযোগ আকর্ষিত কৰা কার্য
ଉଦାହରଣ :
ৰজতে শ্বেয়াৰ বজাৰত টকা বিনিয়োগৰ পৰামর্শ দিলে
ଅର୍ଥ : কাৰোবাক কি কৰা উচিত বা কি হʼব লাগে সেই বিষয়ে কোৱা কার্য
ଉଦାହରଣ :
শিক্ষাগুৰুৱে লʼৰা-ছোৱালীক এই কামটোৰ বিষয়ে পৰামর্শ দি আছিল
ସମକକ୍ଷ : উপদেশ দিয়া