ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কি হʼব লাগে বা কি হোৱা উচিত সেইয়া নিজৰ মাজতে লগহৈ জনা কার্য
ଉଦାହରଣ : প্রধানমন্ত্রীয়ে এই সমস্যাটো সমাধান কৰিবৰ কাৰণে সকলো মন্ত্রীৰ পৰা পৰামর্শ বিচাৰিলে
ସମକକ୍ଷ : দিহা-পৰামর্শ
ଅର୍ଥ : যি কথাৰ প্রতি কাৰোবাৰ মন আকর্ষিত হোৱা নাই সেই ফালে তেওঁৰ মনোযোগ অনাৰ কাৰণে কোৱা কোনো কথা
ଉଦାହରଣ : এই বিষয়ে আপুনিও নিজৰ পৰামর্শ দিব পাৰে
ସମକକ୍ଷ : মতামত, মন্তব্য, ্ৰায়
ସଂସ୍ଥାପନ କରନ୍ତୁ