ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰা   বিশেষ্য

ଅର୍ଥ : পৰা কার্য

ଉଦାହରଣ : ছাদৰ পৰা তেওঁ ্পৰা কোনেও নেদেখিলে

পৰা   ক্ৰিয়া

ଅର୍ଥ : দুখ, কষ্ট আদি ওলাই অহা

ଉଦାହରଣ : তেওঁৰ ওপৰত কিমান বিপদৰ ধমুহা পৰিল, তথাপি ্তেওঁ অলপো বিচলিত নহʼল

ଅର୍ଥ : বেমাৰ হৈ বিছনাত পৰি থকা

ଉଦାହରଣ : ৰঘুনাথে কেবামাহো ধৰি বিছনাত পৰি আছে

ଅର୍ଥ : ৰাস্তাত হোৱা বা পথৰ মাজত পোৱা

ଉଦାହରଣ : ৰাজনন্দ গাঁৱেৰে দুর্গলৈ যোৱাৰ মাজত শিৱনাথ নদী পৰে

ଅର୍ଥ : উৎপন্ন হোৱা

ଉଦାହରଣ : আজি গাখীৰৰ ওপৰত মলাই পৰিল

ଅର୍ଥ : কোনো মূল্যৰ বিনিময়ত লাভ কৰা বা পোৱা

ଉଦାହରଣ : এই গাড়ীখনত কিমান দাম পৰিল

ଅର୍ଥ : মূল্য অৱনমিত হোৱা বা কমি অহা

ଉଦାହରଣ : আজিকালি সোণৰ দাম নামিছে

ସମକକ୍ଷ : কমা, নমা

ଅର୍ଥ : আৱশ্যকতা হোৱা

ଉଦାହରଣ : আমি মাজত কথা কʼবলৈনো কি গৰজ পৰিছে

ସମକକ୍ଷ : গৰজ পৰা

ଅର୍ଥ : ওপৰৰ পৰা তললৈ অহা, যিটো দুর্ঘটন্া হিচাপে পৰিগণিত ???

ଉଦାହରଣ : তেওঁ ্ চাঁদৰ পৰা পৰিল ঘটিৰ গাখীৰখিনি বাগৰি পৰিল

ସମକକ୍ଷ : (বাগৰি পৰা, লুটি খাই পৰা)

ଅର୍ଥ : প্রবিষ্ট হোৱা

ଉଦାହରଣ : ঘিউখিনিত চৰাইটো পৰিল

ଅର୍ଥ : মাজত আহি যোৱা কার্য

ଉଦାହରଣ : এইটো আমাৰ মাজৰ কথা, তুমি ..... নোসোমাবা

ଅର୍ଥ : অভ্যাসত পৰিণত হোৱা এক অৱস্থা

ଉଦାହରଣ : তেওঁৰ মদ ্খোৱাৰ গতত পৰিল

ଅର୍ଥ : এঠাইৰ পৰা পৰি বা উফালখাই যোৱা অথবা কোনো প্রকাৰে এঠাইৰ পৰা আন ঠাইত গৈ উপনীত হোৱা

ଉଦାହରଣ : গছৰ তলত বহুত গুটি পৰি আছে

ଅର୍ଥ : কাৰোবাৰ ঘৰত নিষ্কর্মা হৈ পৰি থকা

ଉଦାହରଣ : তেওঁ দিনৰ দিনটো ঘৰতে পৰি থাকে, একো কাম-বন নকৰে

ସମକକ୍ଷ : পৰি থকা