ଅର୍ଥ : পৰম্পৰাবাদক মানি চলা ব্যক্তি
ଉଦାହରଣ :
পৰম্পৰাবাদীসকলৰ সৈতে মোৰ কোনো মতবিৰোধ নাই
ଅର୍ଥ : পুৰণি ধ্যান-ধাৰণা মানি চলা ব্যক্তি
ଉଦାହରଣ :
চহৰৰ তুলনাত গাঁৱত পৰম্পৰাবাদীৰ সংখ্যা অধিক
ସମକକ୍ଷ : ৰুঢ়ীবাদী