ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : অন্য কোনো জীৱৰ সহায়ত জীয়াই থকা বা আশ্রয় লৈ থকা জীৱৰ পৰাই নিজৰ আহাৰ গ্রহণ কৰা জীৱ বিশেষ
ଉଦାହରଣ : ৰঘূমলা এবিধ পৰজীৱী উদ্ভিদ
ଅର୍ଥ : আনৰ আশ্ৰয়ৰ ওপৰত অৱস্থিত
ଉଦାହରଣ : পৰজীৱী লতাডালত নানা ৰঙৰ ফুল ফুলিছে
ସଂସ୍ଥାପନ କରନ୍ତୁ