ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ পৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

পৰ   বিশেষ্য

ଅର୍ଥ : যাক আমি আপোন বুলি ভাবিব নোৱাৰোঁ

ଉଦାହରଣ : নিস্বার্থ সেৱকে আপোন আৰু পৰৰ মাজত ভেদ সৃষ্টি নকৰে

ସମକକ୍ଷ : অনাত্মীয়

ଅର୍ଥ : যি আপোন নহয়

ଉଦାହରଣ : পৰক আপোন বুলি ভবাৰ বাবেই আমি মায়াৰ পাশত আৱদ্ধ হওঁ হিন্দু দর্শনে জগতখনক পৰ বুলি কৈছে

ସମକକ୍ଷ : আনাত্মীয়

ଅର୍ଥ : নিজৰ আত্মীয় বা সমাজৰ বাহিৰৰ ব্যক্তি

ଉଦାହରଣ : পৰ লোককো আদৰ কৰা উচিত

ସମକକ୍ଷ : অনাত্মীয়

পৰ   বিশেষণ

ଅର୍ଥ : এটাক এৰি দি কোনোবা এটা

ଉଦାହରଣ : বর্ধিত জনসংখ্যাৰ সমস্যাৰ সৈতে আন সমস্যাও থিয় হৈ দেখা দিছে

ସମକକ୍ଷ : অইন, অন্য, অন্যান্য, আন, বেলেগ

ଅର୍ଥ : অন্যৰ সৈতে সম্পর্কিত

ଉଦାହରଣ : পৰৰ কোনো বিষয়তে গুৰুত্ব দিয়া উচিত নহয় এইয়া লোকৰ সম্পত্তি

ସମକକ୍ଷ : আনৰ, লোকৰ

ଅର୍ଥ : নিজৰ আত্মীয়-কুটুম্ব বা সমাজৰ বাহিৰৰ

ଉଦାହରଣ : তেওঁ পৰৰ ্সহায়তা কৰি ভাল পায়

ସମକକ୍ଷ : অন্য, অন্যৰ, আন, আনৰ, পৰৰ, লোকৰ