ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্লাষ্টাৰ ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্লাষ্টাৰ   বিশেষ্য

ଅର୍ଥ : হাড়-ভগা আদিত ৰাসায়নিক পদার্থৰ সৈতে মিলাই লেপি দিয়া পটী, যি খুউব টান

ଉଦାହରଣ : প্লাষ্টাৰৰ সহায়ত ভগা-চিগা অংগ জোৰা লগাব পাৰি

ଅର୍ଥ : লেওৰ দৰে কোনো বস্তুক কোনো তল বা পৃষ্ঠৰ ওপৰত লগোৱা

ଉଦାହରଣ : বেৰৰ লেপন শেষ হৈ গৈছে

ସମକକ୍ଷ : অনুলেপন, লেপন

ଅର୍ଥ : দেৱাল আদিত লগোৱা চিমেণ্ট, আলতীয়া মাটি আদিৰ ডাঠ প্রলেপ

ଉଦାହରଣ : নতুন প্লাষ্টাৰ কৰিবৰ কাৰণে তেওঁ ঘৰৰ পুৰণা প্লাষ্টাৰবোৰ এৰুৱাই আছে