ଅର୍ଥ : কোনো ৰাস্তা আদিৰ সেই পাৰ যʼৰ পৰা মানুহ কোনো দিশে যাব পাৰি
ଉଦାହରଣ :
প্রৱেশ দ্বাৰত ঘূৰোতেই মই মহেশক লগ পালোঁ
ଅର୍ଥ : যিখন দুৱাৰেদি ঘৰ আদিত প্রৱেশ কৰা হয়
ଉଦାହରଣ :
তেওঁ প্রৱেশদ্বাৰত থিয় হৈ আগন্তুকক স্বাগত সম্ভাষণ জনায় আছিল
ସମକକ୍ଷ : প্রৱেশ পথ, প্রৱেশদ্বাৰ
ଅର୍ଥ : কোনো ভৱন বা ঘেৰা আদিৰ সকলোতকৈ আগৰ বা বাহিৰৰ দুৱাৰ
ଉଦାହରଣ :
দুর্গটোৰ এইখন মুখ্যদ্বাৰ
ସମକକ୍ଷ : মুখ্য দুৱাৰ, মুখ্যদ্বাৰ