ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে কৰা বিচাৰ
ଉଦାହରଣ : এই কামটো কৰাৰ অন্তৰালত আপোনাৰ কি উদ্দেশ্য আছে ?
ସମକକ୍ଷ : অভিপ্রায়, ঈপ্সা, উদ্দেশ্য, কাৰণ, মতলব, লক্ষ্য, হেতু
ଅର୍ଥ : আৱশ্যক হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : এই পদবীৰ কাৰণে দৰকাৰতকৈ বেছি আবেদন পত্র আহিছে এই কামটো কৰিবৰ কাৰণে মোক তোমাৰ প্রয়োজন নাই
ସମକକ୍ଷ : আৱশ্যকতা, দৰকাৰ
ଅର୍ଥ : যিহৰ প্রয়োজনীয়তা আছে
ଉଦାହରଣ : তেওঁ ্ কোনো দৰকাৰী কামৰ বাবে চহৰলৈ গৈছে
ସମକକ୍ଷ : আৱশ্যক, জৰুৰত, জৰুৰী, দৰকাৰী, ্দর্কাৰী
ସଂସ୍ଥାପନ କରନ୍ତୁ