ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রীতি ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রীতি   বিশেষ্য

ଅର୍ଥ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি

ଉଦାହରଣ : প্রেম নিস্বার্থ ্ হʼব লাগে

ସମକକ୍ଷ : অনুৰাগ, আসক্তি, পীৰিতি, প্রেম, ভালপোৱা, মহব্বত

ଅର୍ଥ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়

ଉଦାହରଣ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল

ସମକକ୍ଷ : অনুৰাগ, প্রণয়, প্রেম, ভালপোৱা