ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : যিজন পুৰুষে প্রেম কৰে
ଉଦାହରଣ : মীতাই প্রেমিকৰ লগত পলাই গʼল
ସମକକ୍ଷ : দয়িত, প্রণয়াস্পদ, প্রেমপাত্র, প্রেমাস্পদ, প্রেমিক, প্রেমী, প্রেয়
ଅର୍ଥ : ৰুচিৰ অনুকূল বা ভাল লগা
ଉଦାହରଣ : এইয়া মোৰ পচন্দৰ খাদ্য
ସମକକ୍ଷ : পচন্দৰ, ভাল লগা-, মনঃপুত, মনপচন্দ, মনোমত, ৰুচিকৰ
ଅର୍ଥ : যাৰ প্রতি মৰম ওপজে বা যিজন অতি মৰমৰ
ଉଦାହରଣ : এইখন মোৰ অতি প্রিয় গ্রন্থ
ସମକକ୍ଷ : অভিৰুচি, পছন্দ, ভাল লগা, ৰুচি
ସଂସ୍ଥାପନ କରନ୍ତୁ