ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রাৰম্ভিক ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রাৰম্ভিক   বিশেষণ

ଅର୍ଥ : কোনো সময় বা ঘটনা আদিৰ আৰম্ভণিৰ সময়

ଉଦାହରଣ : তেওঁ অনুষ্ঠানটোৰ প্রাৰম্ভিক প্রস্তুতিৰ কামত লাগি আছে

ସମକକ୍ଷ : আৰম্ভিক, প্রাথমিক

ଅର୍ଥ : যাৰ আৰম্ভ হৈছে বা যি চলি আছে

ଉଦାହରଣ : কিছুমান অসুবিধাৰ কাৰণে আৰম্ভ কৰা কামটো মাজতে বন্ধ কৰিব লগা হʼল

ସମକକ୍ଷ : আৰম্ভ কৰা-, আৰম্ভক, আৰম্ভকাৰী, আৰম্ভণী, আৰম্ভণীয়