ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোনো কার্য, ্ঘটনা, ব্যাপাৰ আদিৰ প্রথমৰ ভাগ বা অংশ
ଉଦାହରଣ : আৰম্ভণি ভাল হʼলে পৰিসমাপ্তিও ভাল হয়
ସମକକ୍ଷ : আদি, আৰম্ভ, আৰম্ভণি, শুভাৰম্ভ
ଅର୍ଥ : কোনো কাম, কথা আদিৰ আৰম্ভণী হোৱা বা কৰা কার্য
ଉଦାହରଣ : আহক এই নতুন কামটোৰ আৰম্ভ কৰোঁ
ସମକକ୍ଷ : আৰম্ভ, আৰম্ভণ, আৰম্ভণি, উপক্রম, ছৰু, শুভাৰম্ভ, শুভাৰম্ভণ, শুৰু, সমাৰম্ভ, সূচনা, সূত্রপাত
ସଂସ୍ଥାପନ କରନ୍ତୁ