ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রার্থ্্না ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রার্থ্্না   বিশেষ্য

ଅର୍ଥ : নম্রতা সহকাৰে কাৰোবাক কোনো কথা কোৱা কার্য

ଉଦାହରଣ : মোৰ আবেদনৰ বিষয়ত ধ্যান দিয়া হওক

ସମକକ୍ଷ : আবেদন, আৱেদন, নিবেদন, নিৱেদন, বিনীত অনুৰোধ

ଅର୍ଥ : কিবা পাবৰ কাৰণে প্রার্থ্্না কৰা কার্য ্বা ভাব

ଉଦାହରଣ : ৰামৰ মালিকৰ পৰা টকাৰ কাৰণে কৰা প্রার্থ্্না অথলে গʼল

ଅର୍ଥ : কাৰোবাৰ পৰা কিবা কৰিবৰ কাৰণে নম্রতা সহকাৰে কৰা নিবেদন

ଉଦାହରଣ : চকিদাৰজনে ছুটী মঞ্জুৰিৰ কাৰণে বিষয়াজনৰ ওচৰত প্রার্থ্্না জনালে

ସମକକ୍ଷ : অনুৰোধ, মিনতি