ପୃଷ୍ଠା ଠିକଣା କପି କରନ୍ତୁ ଟ୍ୱିଟରରେ ଅଂଶୀଦାର କରନ୍ତୁ ହ୍ୱାଟସ୍ ଆପ୍ ରେ ଅଂଶୀଦାର କରନ୍ତୁ ଫେସବୁକରେ ଅଂଶୀଦାର କରନ୍ତୁ
ଗୁଗଲ୍ ପ୍ଲେରେ ଯାଆନ୍ତୁ
ସମକକ୍ଷ ଏବଂ ବିପରୀତ ଶବ୍ଦ ସହିତ অসমীয়া ଅଭିଧାନରୁ প্রাণ লোৱা ଶବ୍ଦର ଅର୍ଥ ଏବଂ ଉଦାହରଣ ।

প্রাণ লোৱা   বিশেষ্য

ଅର୍ଥ : কোনো ব্যক্তিয়ে বা ব্যক্তিৰ দ্বাৰা আন ব্যক্তিক তৎক্ষণাত আক্রমণ কৰি মাৰি পেলোৱা........

ଉଦାହରଣ : ইন্দিৰা গান্ধীৰ দেহৰক্ষীয়েই তেওঁক হত্যা কৰিলে

ସମକକ୍ଷ : খুন, নিধন, প্রাণ-সংহাৰ, প্রাণনাশ, প্রাণে মৰা, বধ, বিনাশ, মাৰণ, মৰা-, শেষ, সংহাৰ, হত্যা, হনন

প্রাণ লোৱা   ক্ৰিয়া

ଅର୍ଥ : জীৱনৰ অন্ত পেলোৱা কার্য

ଉଦାହରଣ : সন্ত্রাসবাদীয়ে পাঁচজন লোকক মাৰিলে

ସମକକ୍ଷ : জীৱন লোৱা, প্রাণ বায়ু উৰোৱা, বধ কৰা, মৰা, সংহাৰ কৰা, হত্যা কৰা, হনন কৰা