ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : কোৱা আৰু লিখাত ব্যৱহাৰ কৰা একধৰণৰ প্রাচীন ভাষা
ଉଦାହରଣ : কিছুমান লোকে হিন্দীৰ উৎপত্তি প্রাকৃতৰ পৰা হোৱা বুলি অভিমত প্রকাশ কৰিছে
ସମକକ୍ଷ : প্রাকৃত ভাষা
ଅର୍ଥ : স্বভাৱতে বা নিজে নিজে হোৱা
ଉଦାହରଣ : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া
ସମକକ୍ଷ : অকৃত্রিম, নৈসর্গিক, প্রাকৃতিক, সহজ, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক
ସଂସ୍ଥାପନ କରନ୍ତୁ