ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : ভাৱ, মূল্য, মহত্ব আদিৰ সকলোতকৈ উচ্চ অৱস্থা
ଉଦାହରଣ : তেওঁ আজিকালি নিজৰ সাফল্যৰ প্রসিদ্ধিত আছে
ସମକକ୍ଷ : ্উৎকর্ষ, ্শ্রেষ্ঠতা
ଅର୍ଥ : খ্যাত হোৱা অৱস্থা বা ভাব
ଉଦାହରଣ : শচীন তেণ্ডুলকাৰে ক্রিকেটৰ জৰিয়তে খ্যাতি আৰু ধন দুয়োটাই অর্জন কৰিছে
ସମକକ୍ଷ : কীর্তি, খ্যাতি, গুণ-গৰিমা, গুণ-যশ, নাম, নাম-যশ, প্রতিষ্ঠা, যশ, যশস্যা, সুখ্যাতি, সুনাম, সুবাদ, সুযশ
ସଂସ୍ଥାପନ କରନ୍ତୁ