ସଦସ୍ୟତା ନିଅନ୍ତୁ
ପୃଷ୍ଠା ଠିକଣା କ୍ଲିପବୋର୍ଡରେ କପି ହୋଇଛି ।
ଅର୍ଥ : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
ଉଦାହରଣ : প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
ସମକକ୍ଷ : প্রশান্ত মহাসাগৰ
ଅର୍ଥ : যি উদ্বিগ্ন নহয়
ଉଦାହରଣ : মোহনৰ জীৱন নিৰুদ্বিগ্ন
ସମକକ୍ଷ : উদ্বিগ্নহীন, নিৰুদ্বিগ্ন, শান্ত
ଅର୍ଥ : যাৰ চিত্ত স্থিৰ
ଉଦାହରଣ : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
ସମକକ୍ଷ : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত
ସଂସ୍ଥାପନ କରନ୍ତୁ