ଅର୍ଥ : কাৰোবাৰ মনত লালসা উপজাকৈ কৰা কাম
ଉଦାହରଣ :
দীপিকাই নিজৰ ভায়েকক চকলেট দেখুৱাই প্রলুব্ধ কৰি আছে
ସମକକ୍ଷ : লুব্ধ কৰা
ଅର୍ଥ : কাৰোবাক কিবা দেখুৱাই সেইটো পাবৰ কাৰণে অধীৰ কৰা
ଉଦାହରଣ :
সাধাৰণতে ডাঙৰে সৰু লʼৰা-ছোৱালীক ওচৰলৈ মাতিবৰ কাৰণে
ସମକକ୍ଷ : প্রলোভিত কৰা, লুব্ধ কৰা